তথ্য জনাৰ অধিকাৰ আইন ২০০৫ য়ে নাগৰিকৰ অনুৰোধৰ প্ৰতি সময়ত সঁহাৰি জনোৱা বিষয়টো বাধ্যতামূলক কৰিছে। এগৰাকী তথ্য সম্পৰ্কে জ্ঞাত নাগৰিকেহে শাসন সম্বন্ধে অধিক সচেতন হৈ উঠিব পাৰে আৰু শাসিতৰ প্ৰতি ইয়াক উপযুক্ত কৰি তুলিবলৈ প্ৰয়োজনীয় অৰিহণা আগবঢ়াব পাৰে। চৰকাৰী কাম-কাজৰ বিষয়ে নাগৰিকক অৱগত কৰাৰ ক্ষেত্ৰত তথ্য জনাৰ অধিকাৰ আইন এক বৃহৎ পদক্ষেপ।
তথ্য জনাৰ অধিকাৰ আইনৰ লক্ষ্যসমূহ:
Title | Size | Detail |
---|---|---|
তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ | 389 KB |