তথ্য আৰু জনসংযোগ বিভাগে এল.ই.ডি বিলবোৰ্ড স্কীম নামেৰে এখনি নতুন আৰু ফলপ্ৰসূ মিডিয়া আঁচনি ৰূপায়ণ কৰিছে। ইয়াৰ ব্যৱস্থাপনা আৰু মোচন গ্ৰাফিক ডিজাইনৰ বাবে ৫০ লাখ টকা অবণ্টন কৰা হৈছে। এই আঁচনিৰ অধীনত চাৰিটা LED Billboard তলত উল্লেখ কৰা স্থানসমূহত স্থাপন কৰা হৈছে-:
এল.ই.ডি য়ে ৰাজ্য চৰকাৰৰ আকৰ্ষণীয় শ্লোগান/বাৰ্তা, উন্নয়ন আঁচনি/পৰিকল্পনা, কৃতিত্ব ইত্যাদি বিষয়সমূহৰ প্ৰদৰ্শন দাঙি ধৰে।