এটি পুথিভড়ালক এখন সমাজৰ মগজু হিচাপে ক’ব পৰা যায়, আন ভাষাত পুথিভড়াল হৈছে এনে এক বাহন য’ত বিভিন্ন দস্তাবেজ, কিতাপ, পাণ্ডুলিপিৰ সংগ্ৰহ, সংগঠন, সংৰক্ষণ তথা সামাজিকীকৰণ কৰা হয়। চৰকাৰী তথা সমজুৱা পুথিভড়াল হিচাপে, ডিআইপিআৰ তথ্য কেন্দ্ৰই গণতন্ত্ৰক শক্তিশালী কৰাত এক মূখ্য ভূমিকা গ্ৰহণ কৰে। এই পুথিভড়াল পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অৱস্থিত।