তথ্য আৰু জনসংযোগ বিভাগে চৰকাৰৰ বিভিন্ন কাৰ্যসূচী, পৰিকল্পনা, কৃতিত্ব, বিভিন্ন সম্প্ৰদায়ৰ পৰম্পৰা আৰু সংস্কৃতি, ৰাজ্যৰ বিভিন্ন গুৰুত্তপূৰ্ণ ঠাইৰ বিৱৰণ, উৎসৱ ইত্যাদিৰ বিষয়ে প্ৰকাশ কৰি আহিছে। ইয়াৰ বাবে বিভাগে পষেকীয়া আলোচনী ‘ৰাইজৰ বাতৰি’ প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে চৰকাৰৰ বিভাগীয় পৰিকল্পনা আৰু কাৰ্যসূচীসমূহৰ বা-বাতৰি জনসাধাৰণৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে। এই উদ্দেশ্যে এজন বিশেষ সম্পাদকক নিযুক্তি দিয়া হৈছে।
বিত্তীয় বৰ্ষ ২০১৬-১৭
বিভাগে প্ৰকাশ কৰি উলিয়াইছে:
শেহতীয়াকৈ বিভাগে অসমা, আছাম ইনফৰমেশ্যন, অসমীয়া বছৰৰ কেলেণ্ডাৰ আৰু অসম ইয়েৰ বুক ২০১৬ ৰ প্ৰকাশ বন্ধ কৰিছে।
বিত্তীয় বৰ্ষ ২০১৭-১৮
বিভাগে প্ৰকাশৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে: